হৃদয়ৰ আৰ্তনাদ

হৃদয়ত হাহাকাৰ কেতিয়া লাগে? জানানে বন্ধু! যেতিয়া আপোন মানুহেই বিশ্বাসঘাটকতা কৰে, হৃদয়ৰ অটল গহ্বৰত থকা প্ৰতিচ্ছবিয়ে যেতিয়া ঠগে, ধুৰস হৈ পৰে ৰঙীন সপোনবোৰ আশা নিৰাশাৰ দুমুজাত দিক-বিদিক হেৰুৱাই পিঞ্জৰাবদ্ধ পক্ষীৰ দৰে চটফটাই থাকে অকনি সঁচা অনুভুতি বোৰ।। মলয়া গগৈ শইকীয়া ...