ভাল লগা ছোৱালীজনী
ভাল লগা ছোৱালীজনী দীঘলচুলিটাৰীৰে ভাল লগা ছোৱালীজনী অলেখ সপোন কঢ়িয়াই ফুৰা সেই নয়নজুৰি... যেন ক'ব খোজে বহু কথা...!! বেৰীয়াগজা দাঁতেৰে উলাই অহা মৰম লগা সেই হাঁহিতে ভোল যাওঁ সকলো... মাৰ্জিত নিৰ্জু শৃংখলিত কহুঁৱাৰ দৰে কোমলমনৰ ভাল লগা ছোৱালীজনী... পিছে তাইৰ খঙ ও আছে... নোজোকাবা !! ভাল লগা ছোৱালীজনী ।। 🖎 অনুভৱ ⧟⧟⧟⧟⧟⧟⧟⧟⧟⧟⧟⧟