বিহু
গছৰ পাতে পাতে বতাহ বলিছে গা - মনকে জুৰায় , পখিলা দুটিয়ে উলাহত নাচিছে গাতে গা লগায়। দুপৰীয়া বেলি মূৰৰ ওপৰত সহিব নোৱাৰা ৰ'দ , গছৰ আঁৰত কপৌটি ৰৈইছে সহিব নোৱাৰি ৰ'দ। বিলৰ মাজত গঙাৰে চিলনী বুৰ দি ফুৰিছে, পাৰতে বহি বগী বগলী ...