Computer ত অসমীয়া লিখাৰ সহজ উপায়
Computer ত অসমীয়া লিখাৰ সহজ উপায় Computer ত অসমীয়া লিখাতো বৰ্তমান অতি সহজ । অতি সহজেই মাউচ ক্লিক কৰিয়েই অসমীয়া লিখিব পাৰিব। আহক জানোঁ কেনেকৈ আমি অসমীয়া লিখিম । তাৰ বাবে আমাক প্ৰয়োজন হ'ব Avro Keyboard নামৰ এটা ছফ্টওৱেৰ (Software) l Software ডাউনলোড কৰিবলৈ তলত লিংক দিয়া হৈছে আপোনালোকে ডাউনলোড কৰি ল'ব পাৰিব। ডাউনলোড কৰা পাছত ইনষ্টল কৰা প্ৰক্ৰিয়াটো তলত দিয়া ধৰনে কৰক - ইনষ্টল কৰিবলৈ আপোনাৰ ডাউনলোড ফল্ডাৰত Icon টোত ৰাইট ক্লিক কৰি Run as Administrator ক্লিক কৰক- এনেধৰণৰ Menu এখন দেখিবলৈ পাব আৰু তলত থকা Next ত ক্লিক কৰক ক্লিক I accept the Agreement ক্লিক Next ক্লিক Next ক্লিক Install ...