Posts

Showing posts with the label মহাদেৱ

তান্দৱ

Image
মহাকালে নাচিছে। চাৰিওফালে ব্যাপ্ত আজি নৃত্যাঅগ্নিৰ ফৰিঙটি অবুজন সৃষ্টি । কপিব ধৰিছে আজি নৃত্যৰ তালে তালে। দয়া নাই ক্ষমা নাই  মৃত্যু  দেৱতাৰ। কৰিব সকলো শেষ অৰ্ধমৰ আছে লেখ। নিকা হ'ব সমষ্ট জগত মৃদংগৰ তালে তলে। নাচে আজি মহেশ্বৰে আউলি বাউলি কেশ নকৰিলে অভিশেষ পবিত্ৰ গংগা ধাৰাৰ। কপালতে অৰ্ধচন্দ্ৰ সিয়ো আজি ভয়বন্ত। কৰযোৰে কৰে নতি শান্ত হোৱ পশুপতি। দেখা দিয়া সাম্য ৰূপত ।।                       ✍   মিন্টু শৰ্মা বৰকটকী