মন যায়

মন যায় মহাত্মা হ'বলৈ ৰসৰাজ, আনন্দৰাম, ৰূপকোঁৱৰ হ'বলৈ আকৌ মন যায় আব্ৰাহম লিংকন হ'বলৈ ডেল কাৰ্নেগী, নেপোলিয়ন হিল, টলষ্টয় হ'বলৈ মন যায় শংকৰদেৱ হ'বলৈ বুদ্ধ, মহাবীৰ, মাধৱ হ'বলৈ আকৌ মন যায় বিবেকানন্দ হ'বলৈ চিলাৰায়, লাচিত, কুশল হ'বলৈ মন যায় মাৰ্টিন লুথাৰ কিং অগ্ৰজ হ'বলৈ জৰ্জ ৱাছিংটন, বৰাক ওবামা, কালাম হ'বলৈ আকৌ মন যায় বিষ্ণুপ্ৰসাদ ৰাভা হ'বলৈ লোকপ্ৰিয়, আজান ফকীৰ, পদ্মনাথ গোহাঞিবৰুৱা হ'বলৈ মন যায় ভূপেন হাজৰিকা হ'বলৈ জুবিন, এ আৰ ৰহমান, কিশোৰ হ'বলৈ আকৌ মন যায় শচীন টেণ্ডুলকাৰ হ'বলৈ ৰণাল্ড, বিশ্বনাথ, বল্ট হ'বলৈ মন যায় ব্ৰিল গ্ৰেটছ হ'বলৈ জেক মা, আম্বানী, জেফ হ'বলৈ আকৌ মন যায় আম্বেদকাৰ হ'বলৈ লোকমান্য, লৌহ মানৱ, বাজপেয়ী হ'বলৈ মন যায় ভগৎ সিং হ'বলৈ বসু,আজাদ, লাজপত ৰায় হ'বলৈ আকৌ মন যায় যাদৱ পায়েঙে হ'বলৈ বৰগোহাঁই, মাউত, সন্দিকৈ হ'বলৈ মন যায় অৰ্জন হ'বলৈ একলব্য, অভিমন্যু, অনিৰুদ্ধ হ'বলৈ আকৌ মন যায় চানক্য হ'বলৈ ব্যাস, বাল্মিকী, দুশ্মন্ত হ'বলৈ মন যায় ৰাধাকৃষ্ণণ হ'বলৈ কবীৰ...