কলম




হাজাৰ বন্দুক বাৰুদে কৰিব নোৱাৰে যি

এটা কলম অকলেই এক অক্ষৌহিণী।

জাতিৰপিতা মহাত্মা গান্ধী

"অহিংসাই পৰম ধৰ্ম "

তেওঁৰ মূল বাণী ।

অসহযোগ আন্দোলনেৰে

ভাৰতবাসীক উজ্জীবিত কৰি

দেশৰ স্বাধীনতা আনি

থৈ গৈছে আমালৈ

সোনালী ভাৰত গঢ়ি।

ইংৰাজৰ বৈজ্ঞানিক প্ৰযুক্তি

পৃথিৱীত ৰাজ্য পতা

নিজ দখললৈ নিয়া

তেওঁলোকৰ যি কুবুদ্ধি

সকলো ধূলিসাৎ কৰাৰ

মূলতে আছিল কলমৰ

বিৰাট মহান শক্তি ।।।।।।

                          জিলমিল জোনালী

                                        বৰপলহাবাইহাটা চাৰিয়ালি


Comments

Post a Comment

সৰ্বাধিক প্ৰচলিত

তপত দুপৰীয়া

কুুুুুুুুুুুলি

নাৱৰীয়া