Computer ত অসমীয়া লিখাৰ সহজ উপায়


Computer ত অসমীয়া লিখাৰ সহজ উপায়




Computer ত অসমীয়া লিখাতো বৰ্তমান অতি সহজ । অতি সহজেই মাউচ ক্লিক কৰিয়েই অসমীয়া লিখিব পাৰিব।

আহক জানোঁ কেনেকৈ আমি অসমীয়া লিখিম । 

তাৰ বাবে আমাক প্ৰয়োজন হ'ব  Avro Keyboard নামৰ এটা ছফ্টওৱেৰ (Software) l Software ডাউনলোড কৰিবলৈ তলত লিংক দিয়া হৈছে আপোনালোকে ডাউনলোড কৰি ল'ব পাৰিব।

ডাউনলোড কৰা পাছত ইনষ্টল কৰা প্ৰক্ৰিয়াটো তলত দিয়া ধৰনে কৰক -

ইনষ্টল কৰিবলৈ আপোনাৰ ডাউনলোড ফল্ডাৰত 

Icon টোত ৰাইট ক্লিক কৰি Run as Administrator ক্লিক কৰক-



 এনেধৰণৰ Menu এখন দেখিবলৈ পাব আৰু তলত থকা Next ত ক্লিক কৰক

ক্লিক I accept the Agreement

ক্লিক Next


ক্লিক Next

ক্লিক Install
                                                                                     



এনেদৰে তলত Finish দেখুওৱাৰ লগে লগে আপোনাৰ Computer ত সফলতাৰে Avro Keyboard ইনষ্টল হৈ গৈছে। 

আপোনাৰ Computer ৰ স্কিনত ওপৰৰ ফালে মন কৰিলে দেখিব -

ওপৰৰ দেখা Menu খনৰ বাওঁফালৰ পৰা চতুৰ্থ Icon ত ক্লিক কৰিলে - 



তলত দিয়াৰ দৰে অসমীয়া সকলো বৰ্ণমালা দেখিবলৈ পাব।



 এতিয়া আপোনালোকে মাউচেৰে বৰ্ণবোৰৰ ওপৰত Click কৰি MS Word, MS Excel, Adobe Photoshop ইত্যাদি Application ত সহজে অসমীয়া ভাষাত লিখিব পাৰিব। 

Avro Keyboard Download কৰিবলৈ Click কৰক  
















Comments

Popular posts from this blog

তোমাক ভাল পাওঁ বাবেই

সপোনৰ দুৱাৰ