মই য়েই অৰণ্য
মই অৰণ্য, অৰণ্য হৈ কৰিছো
মানৱ সভ্যতাৰ গঢ়ি তোলা কাষটিশীল।ময়েই অৰণ্য।
মই য়েই জীৱৰ জীৱন
মোৰ বুকুতে জীয়াই থাকে
পশু - পক্ষী,সমস্ত জগত
মই য়েই ঋতু য়ে ঋতু য়ে
ল ও মোহনীয়া ৰূপ।
হে মানুহ,সুসভ্য হৈওকৰিছা
জীৱন প্ৰদায়িনীৰ মহা ধবংস য জ্ঞ।
মানুহৰ হাতুৰা আজি চলিছে মোৰ বুকুত
সাক্ষী মাথোন ভূ- গৰ্ভৰ কংকৰ বুকু।
জানিবা কৰুণা ময়ী শ্যামলিমা
শান্তি ময় কোলাত মানৱৰ
আজম্ন প্ৰশান্তি ৰ নিলয়।
ময়েই অৰণ্য ধৰিত্ৰী ৰ বুকুত শস্য হৈ
ছাঁ দি বৃক্ষ হ ওঁ ,চিৰ সেউজ হৈ,
শান্তি ৰ কপৌ উৰুৱাবলৈ
ময়েই জীৱৰ জীৱন
মহাকাব্যৰ সনাতন জ্ঞান।
ময়েই অৰণ্য যুগে যুগে
মহা জীৱনৰ,মহা সংস্কৃতিৰ
মহা আলিপন।
জানিবা ময়েই অৰণ্য।
val lagil Das baideu
ReplyDeletehundor onuvob...
ReplyDelete