প্ৰেমিক চৰাই
মানিছো আপুনি হাজাৰবাৰ প্ৰেমত পৰে ।
মানিছো প্ৰত্যেক বাৰেই এনেকুৱা লাগে যে
প্ৰথমবাৰ প্ৰেমত পৰিছে ।
মানিছো উৰিবলৈ আকাশখন বিশাল
কিন্তু মনত ৰখা ভাল দিনৰ শেষত উভতিবলৈ
এটা নিৰ্দিষ্ট ঠিকনা লাগে ।
সাতঘাটত মন এৰি অহাৰ পৰিণতিত যদি
নিষিদ্ধ হয় আপোনাৰ প্ৰৱেশ সেই নিদিৰ্ষ্ট ঠিকনাত
ক'ত কাটিব আপোনাৰ শীতৰ সেমেকা ৰাতি ।
-----------------------
nice
ReplyDeleteval lagil
ReplyDeleteসুন্দৰ স্তৱক
ReplyDelete